ৱিকিউদ্ধৃতি:চন্দন চিৰিং ফুকন সোঁৱৰণী ৱিকিউদ্ধৃতি সম্পাদনা মেলা

অসমীয়া ৱিকি সমাজৰ এগৰাকী অক্লান্ত সদস্য চন্দন চিৰিং ফুকন আৰু নাই! কিন্তু চন্দনৰ সৰলতা, নিষ্ঠা আৰু কৰ্মোদ্যমে আমাক সদায়ে প্ৰেৰণা যোগাই যাব আৰু তেওঁক অসমীয়া ৱিকি সমাজৰ মাজত সদায়ে জীয়াই থাকিব। চন্দনৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে অসমীয়া ৱিকিউদ্ধৃতিত “চন্দন চিৰিং ফুকন সোঁৱৰণী ৱিকিউদ্ধৃতি সম্পাদনা মেলা” এখন আয়োজন কৰা হৈছে। অনলাইন এই মেলাখন অনুষ্ঠিত হ'ব ১ মে' ২০২৪-ৰ পৰা ৩১ মে' ২০২৪-লৈ।

নিয়মাৱলী সম্পাদনা কৰক

  1. অনলাইন এই মেলাখন ১ মে' ২০২৪-ৰ পৰা ৩১ মে' ২০২৪-লৈ অনুষ্ঠিত হ'ব।
  2. অৱদানকাৰীসকলৰ প্ৰত্যেকৰে একোটা ৱিকি একাউণ্ট থাকিব লাগিব।
  3. উদ্ধৃতিসমূহৰ বিষয়বস্তু হ'ব ভাৰতৰ ব্যক্তি। এই পৃষ্ঠাসমূহ নতুনকৈ সৃষ্টি কৰা হ'ব লাগিব।
  4. উদ্ধৃতিসমূহ সঠিক আৰু অনলাইন সত্যাপনযোগ্য উৎসৰে সংযোজিত হ'ব লাগিব। অৱদানকাৰীসকলে ইংৰাজী ৱিকিউদ্ধৃতিৰ পৰা অনুবাদো কৰিব পাৰিব।
  5. উদ্ধৃতিৰ সংখ্যা এখন পৃষ্ঠাত কমেও পাঁ‌চটা হ'ব লাগিব। আনে সৃষ্টি কৰা পৃষ্ঠাত মেলাখন চলি থকা অৱস্থাত আনে সম্পাদনা কৰিব নোৱাৰিব।
  6. ভাৰতৰ ব্যক্তিৰ এখন তালিকা প্ৰকল্প পৃষ্ঠাত দিয়া হ'ব। অৱদানকাৰীসকলে এই তালিকাখনত অন্য নাম যোগ কৰিব পাৰিব।
  7. অৱদানকাৰীসকলক বাৰ্ণষ্টাৰৰ লগতে মানপত্ৰ আৰু পুৰস্কাৰ আগবঢ়োৱা হ'ব।

পুৰস্কাৰ সম্পাদনা কৰক

এই মেলাত সৰ্বোচ্চ অৱদানকাৰীসকলক বাৰ্ণষ্টাৰৰ লগতে মানপত্ৰ আৰু পুৰস্কাৰ আগবঢ়োৱা হ'ব।

  • প্ৰথম পুৰস্কাৰ ১২০০/- টকা
  • দ্বিতীয় পুৰস্কাৰ ৮০০/- টকা
  • তৃতীয় পুৰস্কাৰ ৫০০/- টকা

অংশগ্ৰহণ কৰক সম্পাদনা কৰক

  1. BhuyanBhaskar (বাৰ্তা) ১৩:৫০, ৩০ এপ্ৰিল ২০২৪ (IST)[উত্তৰ দিয়ক]
  2. Kuldhar Rabha (বাৰ্তা) ১৩:৫৬, ৩০ এপ্ৰিল ২০২৪ (IST)[উত্তৰ দিয়ক]
  3. দিব্য দত্ত (বাৰ্তা) ০৮:৩৮, ১ মে' ২০২৪ (IST)[উত্তৰ দিয়ক]
  4. অনামিকা(চুমু) বড়া (বাৰ্তা) ১৩:০৪, ১ মে' ২০২৪ (IST)[উত্তৰ দিয়ক]
  5. Rumi Borah~aswiki (বাৰ্তা) ১৯:৫৮, ১ মে' ২০২৪ (IST)[উত্তৰ দিয়ক]
  6. Saurabhsaha (বাৰ্তা) ২২:৩৮, ১ মে' ২০২৪ (IST)[উত্তৰ দিয়ক]
  7. Mousumi.Das (বাৰ্তা) ২১:১৪, ২ মে' ২০২৪ (IST)[উত্তৰ দিয়ক]
  8. Jyoti Chiring (বাৰ্তা) ০৮:০৯, ৪ মে' ২০২৪ (IST)[উত্তৰ দিয়ক]
  9. Ishanjyotibora (বাৰ্তা) ১৬:১৭, ৫ মে' ২০২৪ (IST)[উত্তৰ দিয়ক]
  10. Pranamikaadhikary (বাৰ্তা) ২১:১৪, ৯ মে' ২০২৪ (IST)[উত্তৰ দিয়ক]
  11. Himashree Borah (বাৰ্তা) ২৩:০৮, ১৬ মে' ২০২৪ (IST)[উত্তৰ দিয়ক]

১১.Pallabi Dutta.Baruah (বাৰ্তা) ০১:৪৫, ১২ মে' ২০২৪ (IST)[উত্তৰ দিয়ক]

প্ৰবন্ধৰ তালিকা সম্পাদনা কৰক

অসমৰ ব্যক্তি সম্পাদনা কৰক


বৰ্হিৰাজ্যৰ ব্যক্তি সম্পাদনা কৰক

পৃষ্ঠাসমূহ জমা দিয়ক সম্পাদনা কৰক

অনামিকা(চুমু) বড়া সম্পাদনা কৰক

  1. প্ৰাঞ্জল বুঢ়াগোহাঁই
  2. মইনা গোস্বামী
  3. মৃণাল কলিতা
  4. চন্দনা গোস্বামী
  5. জ্যোতিপ্ৰসাদ মেধি
  6. অনুপম শইকীয়া (গণিতজ্ঞ)
  7. কৈলাশ গোস্বামী
  8. বিপুলজ্যোতি শইকীয়া
  9. শৰ্মিষ্ঠা প্ৰীতম
  10. জয়ন্তী চুতীয়া
  11. অৰুন্ধতী দত্ত
  12. ধ্ৰুৱজ্যোতি বৰা
  13. ময়ূৰ বৰা
  14. ডিম্বেশ্বৰ চলিহা
  15. অভিজিত শৰ্মা বৰুৱা
  16. নমিতা বৈশ্য

BhuyanBhaskar সম্পাদনা কৰক

  1. পৰাগ কুমাৰ দাস
  2. মাণিক দাস
  3. অনুৰাধা শৰ্মা
  4. উৎপল বৰুৱা
  5. নীলমণি ফুকন
  6. অনিল ৰায়চৌধুৰী
  7. নীৰাজনা মহন্ত বেজবৰা
  8. জয়ন্ত কুমাৰ বৰা
  9. বিৰিঞ্চি কুমাৰ বৰুৱা
  10. গোৱিন্দ প্ৰসাদ শৰ্মা
  11. প্ৰফুল্ল কটকী
  12. দিতিমণি গগৈ
  13. হীৰেন গগৈ
  14. পৰমানন্দ মজুমদাৰ
  15. বিনয় মোহন শইকীয়া
  16. শৈলেন বৰকটকী
  17. হৰিনাথ শৰ্মা দলৈ
  18. অৰবিন্দ ৰাজখোৱা (লেখক)
  19. দীপাংকৰ গগৈ
  20. কেশৱানন্দ দেৱগোস্বামী
  21. শশী শৰ্মা
  22. সৰলা ভূঞা
  23. বসন্ত কুমাৰ ভট্টাচাৰ্য
  24. অতনু ভট্টাচাৰ্য (‘সৃজনীমূলক সাহিত্য প্ৰেৰণা আৰু আৰ্হি’ অংশ)
  25. হীৰেন গোহাঁই (‘সমাগত সংকট’ অংশ)
  26. খোজৰ শব্দ (গ্ৰন্থ)
  27. বিজ্ঞান লেখকৰ হাতপুথি
  28. সাহিত্য-বাদবৈচিত্ৰ্য (গ্ৰন্থ)
  29. আবৃত্তিৰ ৰূপৰেখা (গ্ৰন্থ)
  30. হোমেন বৰগোহাঞিৰ সন্ধানত (গ্ৰন্থ)

Mousumi.Das সম্পাদনা কৰক

  1. নমিতা ভট্টাচাৰ্য
  2. অমিয় মোহন দাস
  3. দ্বীপেন বৰুৱা
  4. ৰমেন বৰুৱা
  5. ভূপেন হাজৰিকা ('বিষ্ণু ককাইদেউ' গ্ৰন্থৰ পৰা)
  6. ফণী শৰ্মা
  7. অৰুণলোচন দাস

দিব্য দত্ত সম্পাদনা কৰক

  1. ত্ৰৈলোক্য নাথ গোস্বামী

জ্যোতি চিৰিং সম্পাদনা কৰক

  1. জীৱন সম্পৰ্কে চিন্তা আৰু অনুভৱ
  2. মহাভাৰত বিশ্বাস আৰু বিস্ময়
  3. জ্যোতি ককাইদেউ
  4. কায়কল্প
  5. জ্যোতিপ্ৰসাদৰ জীৱন আৰু দৰ্শন
  6. ভিভিয়ানৰ লিলি
  7. জীয়াই থকাৰ আনন্দৰ প্ৰধান উৎস স্বাস্থ্য
  8. মোৰ জীৱন সোঁৱৰণ
  9. সফল জীৱনৰ আধাৰশিলা
  10. নিৰ্বাচিত অসমীয়া গল্প

Kuldhar Rabha সম্পাদনা কৰক

  1. ৰীতা চৌধুৰী
  2. মাইনী মহন্ত
  3. ৰঞ্জু হাজৰিকা
  4. গোলোকচন্দ্ৰ গোস্বামী
  5. প্ৰবোধ চন্দ্ৰ গোস্বামী
  6. সন্দীপ মহেশ্বৰী
  7. কুল কমল সেনাপতি

Ishanjyotibora সম্পাদনা কৰক

  1. বিষ্ণু খাৰঘৰীয়া

gitartha.bordoloi সম্পাদনা কৰক

  1. অমিয় কুমাৰ দাস

প্ৰণামিকা অধিকাৰী সম্পাদনা কৰক

  1. অনিমা চৌধুৰী
  2. যুদ্ধ আৰু শান্তি
  3. সুষমা স্বৰাজ
  4. কল্পনা লাজমী
  5. বেণুধৰ ৰাজখোৱা
  6. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য
  7. জীৱন নৰহ

Pallabi Dutta.Baruah সম্পাদনা কৰক

  1. ড° প্ৰণৱজ্যোতি ডেকা
  2. হিতেশ ডেকা

Himashree Borah সম্পাদনা কৰক

  1. পলাশ কলিতা
  2. ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  3. তীৰ্থনাথ শৰ্মা
  4. জয়ন্ত মাধৱ বৰা

সমন্বয়ক সম্পাদনা কৰক

উদ্ধৃতি পৰীক্ষক সম্পাদনা কৰক

মেটা ৱিকিত সম্পাদনা কৰক

মেটা ৱিকি