মহাভাৰত বিশ্বাস আৰু বিস্ময়

মহাভাৰত বিশ্বাস আৰু বিস্ময় এখন আধ্যাত্মিকমূলক গ্ৰন্থ।লেখক,চন্দ্ৰ প্ৰসাদ শইকীয়া। প্ৰথম প্ৰকাশ২০০৭,প্ৰকাশক বনলতা।

উদধৃতি সম্পাদনা কৰক

  1. মহাভাৰতৰ সৰ্ববৃহত নাৰী-নিৰ্যাতনৰ ঘটনা হল ৰাজসভাত কুলবধূ ৰজঃস্বলা একবস্ত্ৰা দৌপদীক নগ্ন কৰাৰ আসুৰিক প্ৰচেষ্টা আৰু নাৰী নিৰ্য্যাতনৰ দ্বিতীয় সৰ্ববৃহত ঘটনা হল অম্বিকা আৰু অম্বালিকাৰ প্ৰবিত্ৰ শয্যা ব্যাসৰ দ্বাৰা কলুষিত হোৱাতো।[১]
  2. নাৰী যেতিয়া প্ৰতাৰিতা, উপেক্ষিতা হয় বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত, তেতিয়া সেই নাৰীয়ে ভয়ঙ্কৰ পন্থা গ্ৰহণ কৰিব পাৰে।[২]
  3. এজনলোক যিমানেই ধাৰ্মিক অথবা উদাৰ নহওক তেওঁৰ বাবে এই পৃথিবীখন সহজ আৰু নিষ্কণ্টক নহয়।[৩]
  4. শত্ৰু,শত্ৰুৰ মিত্ৰ,শত্ৰুৰ জয়াৰ্থী আৰু নিজৰ পৰাজয়াৰ্থী-এই চাৰি প্ৰকাৰ শত্ৰুৰ পৰা নিজকে ৰক্ষা কৰিবা।[৪]
  5. অন্যায় যি কৰে আৰু অন্যায় যি সহ্য কৰে, দুয়ো হব লাগিব সমানে দোষী।[৫]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. চন্দ্ৰপ্ৰসাদ শইকীয়া (২০০৭)। [www.banalata.in মহাভাৰত বিশ্বাস আৰু বিস্ময়]। বনলতা, পৃষ্ঠা:৩২। ISBN: ৮১-৭৩৩৯-৪৮৮-১
  2. চন্দ্ৰপ্ৰসাদ শইকীয়া (২০০৭)। [www.banalata.in মহাভাৰত বিশ্বাস আৰু বিস্ময়]। বনলতা, পৃষ্ঠা:৭৩। ISBN: ৮১-৭৩৩৯-৪৮৮-১
  3. চন্দ্ৰপ্ৰসাদ শইকীয়া (২০০৭)। [www.banalata.in মহাভাৰত বিশ্বাস আৰু বিস্ময়]। বনলতা, পৃষ্ঠা:৮৫। ISBN: ৮১-৭৩৩৯-৪৮৮-১
  4. চন্দ্ৰপ্ৰসাদ শইকীয়া (২০০৭)। [www.banalata.in মহাভাৰত বিশ্বাস আৰু বিস্ময়]। বনলতা, পৃষ্ঠা:৩৪৯। ISBN: ৮১-৭৩৩৯-৪৮৮-১
  5. চন্দ্ৰপ্ৰসাদ শইকীয়া (২০০৭)। [www.banalata.in মহাভাৰত বিশ্বাস আৰু বিস্ময়]। বনলতা, পৃষ্ঠা:৩৭৫। ISBN: ৮১-৭৩৩৯-৪৮৮-১