বাদল চৌধুৰী অসমৰ এজন লেখক, নাট্য সমালোচক৷ তেখেতৰ এখন নাটক সম্পৰ্কীয় গ্ৰন্থ হৈছে- অসমীয়া নাট্য সংস্কৃতিৰ এছোৱাঃ প্ৰত্যয় আৰু প্ৰতিচ্ছবি

অসমীয়া নাট্য সংস্কৃতিৰ এছোৱাঃ প্ৰত্যয় আৰু প্ৰতিচ্ছবি

সম্পাদনা কৰক
  1. বিভ্ৰান্তিৰ ফলস্বৰূপে ধৰ্মীয় বিস্ময়ৰ চিন্তাৰ উন্মেষ ঘটিছিল৷[]
  2. কৃষক সমাজৰ সংস্কৃতিয়েই হ’ল লোককৃষ্টি তথা লোকসংস্কৃতি৷[]
  3. স্বৰূপাৰ্থত নূন্যতম উমৈহতীয়া উপাদানৰ অংশীদাৰ কোনো এক জনসমষ্টিক লোক বা Folk বুলিব পাৰি৷[]
  4. সত্ৰীয়া জীৱনধাৰাত নিস্তৰংগ বিলৰ পানীত আবদ্ধ হৈ থকাৰ দৰে জীৱননিৰ্বাহ কৰি থকা মানুহখিনিয়ে মুঠি মাৰি ৰাখিছে লোকসংস্কৃতি আৰু লোককলা।[]
  5. 'জুনা নাম' কোনো স্বয়ংসিদ্ধ অনুষ্ঠান নহয়। ই থিয়নামৰে এটি ঠাল বিশেষ। থিয়নামৰ আন এটি নাম 'বীৰনাম' বুলি কোৱা হয়। বীৰনাম কোৱাৰ কাৰণটো হ'ল ভাগৱতৰ মতে বলীৰ ৰাজসভাত 'বলী'য়ে দৈত্যসকলৰ সৈতে জপিয়াই জপিয়াই নাচি নাচি গীত গাইছিল। সেয়েহে, দৈত্যসকল গোৱা গীতৰ আৰ্হিতে থিয়নামৰ আন এটি নাম বীৰনাম।[]

তথ্যসূত্ৰ

সম্পাদনা কৰক