কেশৱ মহন্ত (২০ জানুৱাৰী ১৯২৬ – ৩১ মাৰ্চ ২০০৬[১]) অসমৰ এজন কবি, গীতিকাৰ আৰু শিক্ষাবিদ। জীৱনকালত তেখেতে প্ৰকৃতি আৰু মানৱতাক লৈ শতাধিক গীত ৰচনা কৰি যায়। বিভিন্ন বঁটা আৰু সন্মানৰ উপৰি সাহিত্যৰাজীৰ বাবে তেখেতে ২০০১ চনত অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চনো লাভ কৰিছিল। কণ্ঠশিল্পী মনজ্যোৎস্না মহন্ত তেওঁৰ কন্যা।[২]

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. যাৰ হৃদয়ত দেশ প্ৰেম নাই সি ছোৱালীও ভাল পাব নোৱাৰে।[৩]


  1. https://www.telegraphindia.com/north-east/birthday-tribute-to-interpreter-of-melodies-keshab-mahanta-s-81st-birth-anniversary-to-be-celebrated-next-week-by-art-culture-film-fraternity/cid/1632329
  2. মনজ্যোৎস্না মহন্তৰ সৈতে অন্তৰংগ আলাপ. প্ৰকাশক: সাহিত্য ডট অৰ্গ (15 July 2013). আহৰণ কৰা হৈছে: 30 মে' 2021.
  3. গণশিল্পী লোকনাথ গোস্বামীৰ সৈতে অন্তৰংগ আলাপ. সাক্ষাৎকাৰ. প্ৰকাশক: ফটাঢোল (১ মে' ২০২১). আহৰণ কৰা হৈছে: 22 মে' 2024.