চন্দন চিৰিং ফুকন সোঁৱৰণী ৱিকিউদ্ধৃতি সম্পাদনা মেলা

সম্পাদনা কৰক
  ৱিকিউদ্ধৃতি সংযোগ মেলা পদক

“আটাইতকৈ ডাঙৰ মহাসাগৰ হ’ল, চিয়াঁহীৰ মহাসাগৰ৷ মহাসাগৰত যেনেকৈ জাহাজ ঘূৰি ফুৰে, তেনেকৈ চিয়াঁহীৰ মহাসাগৰত ঘূৰি ফুৰে অসংখ্য কিতাপ৷”
 উইল ডুৰাণ্ট


প্ৰিয় ৱিকিসতীৰ্থ, চলিত বৰ্ষৰ ১ মে’ৰ পৰা ৩১ মে’লৈকে অসমীয়া ৱিকিউদ্ধৃতিত অনুষ্ঠিত হোৱা চন্দন চিৰিং ফুকন সোঁৱৰণী ৱিকিউদ্ধৃতি সম্পাদনা মেলাত ১৪ গৰাকী স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰি মুঠ ২৩৪ টা পৃষ্ঠাৰে অসমীয়া ৱিকিউদ্ধৃতিক সমৃদ্ধ কৰিছে৷

প্ৰিয় সুহৃদ, উক্ত উদ্ধৃতি সংযোগ মেলাত অংশ লৈ আপুনি নিৰলসভাৱে যি অমূল্য অৱদান আগবঢ়ালে তাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ প্ৰতি চিৰকৃতজ্ঞ হৈ ৰ’ব৷

আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-
—অসমীয়া ৱিকিমিডিয়া সমাজ

𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) ০০:১৯, ১ জুন ২০২৪ (IST)উত্তৰ দিয়ক

আন্তৰিক ধন্যবাদ জনালোঁ।
অনামিকা(চুমু) বড়া (বাৰ্তা) ২৩:২১, ৩ জুন ২০২৪ (IST)উত্তৰ দিয়ক

এই মাহৰ ৱিকিমিডিয়ান, মে’

সম্পাদনা কৰক
  এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) ১১:১৫, ১ জুন ২০২৪ (IST)উত্তৰ দিয়ক


ধন্যবাদ জনাইছোঁ। অনামিকা(চুমু) বড়া (বাৰ্তা) ২৩:২১, ৩ জুন ২০২৪ (IST)উত্তৰ দিয়ক