অনামিকা(চুমু) বড়া
চন্দন চিৰিং ফুকন সোঁৱৰণী ৱিকিউদ্ধৃতি সম্পাদনা মেলা
সম্পাদনা কৰকৱিকিউদ্ধৃতি সংযোগ মেলা পদক | ||
“আটাইতকৈ ডাঙৰ মহাসাগৰ হ’ল, চিয়াঁহীৰ মহাসাগৰ৷ মহাসাগৰত যেনেকৈ জাহাজ ঘূৰি ফুৰে, তেনেকৈ চিয়াঁহীৰ মহাসাগৰত ঘূৰি ফুৰে অসংখ্য কিতাপ৷” প্ৰিয় ৱিকিসতীৰ্থ, চলিত বৰ্ষৰ ১ মে’ৰ পৰা ৩১ মে’লৈকে অসমীয়া ৱিকিউদ্ধৃতিত অনুষ্ঠিত হোৱা চন্দন চিৰিং ফুকন সোঁৱৰণী ৱিকিউদ্ধৃতি সম্পাদনা মেলাত ১৪ গৰাকী স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰি মুঠ ২৩৪ টা পৃষ্ঠাৰে অসমীয়া ৱিকিউদ্ধৃতিক সমৃদ্ধ কৰিছে৷ প্ৰিয় সুহৃদ, উক্ত উদ্ধৃতি সংযোগ মেলাত অংশ লৈ আপুনি নিৰলসভাৱে যি অমূল্য অৱদান আগবঢ়ালে তাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ প্ৰতি চিৰকৃতজ্ঞ হৈ ৰ’ব৷ আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে- |
— 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) ০০:১৯, ১ জুন ২০২৪ (IST)
- আন্তৰিক ধন্যবাদ জনালোঁ।
- অনামিকা(চুমু) বড়া (বাৰ্তা) ২৩:২১, ৩ জুন ২০২৪ (IST)
এই মাহৰ ৱিকিমিডিয়ান, মে’
সম্পাদনা কৰক
— 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) ১১:১৫, ১ জুন ২০২৪ (IST)
ধন্যবাদ জনাইছোঁ। অনামিকা(চুমু) বড়া (বাৰ্তা) ২৩:২১, ৩ জুন ২০২৪ (IST)