Jyoti Chiring
২৮ মে' ২০২৩ তাৰিখে যোগ দিছে
Latest comment: ৫ মাহ পূৰ্বে by Jyoti Chiring in topic চন্দন চিৰিং ফুকন সোঁৱৰণী ৱিকিউদ্ধৃতি সম্পাদনা মেলা
তথ্য সূত্ৰ
সম্পাদনা কৰক- জ্যোতি বাইদেউ, ডাকৰ বচনৰ সৈতে তথ্যসূত্ৰ সংযোগ কৰিলে ভাল৷ কথাটো মন কৰিবচোন৷ Pranamikaadhikary (বাৰ্তা) ২৩:০৫, ১৯ ছেপ্টেম্বৰ ২০২৩ (IST)
- ধন্যবাদ।
- তথ্য সূত্ৰ দিব জনা নাই Jyoti Chiring (বাৰ্তা) ১৭:০১, ২০ ছেপ্টেম্বৰ ২০২৩ (IST)
চন্দন চিৰিং ফুকন সোঁৱৰণী ৱিকিউদ্ধৃতি সম্পাদনা মেলা
সম্পাদনা কৰকৱিকিউদ্ধৃতি সংযোগ মেলা পদক | ||
“আটাইতকৈ ডাঙৰ মহাসাগৰ হ’ল, চিয়াঁহীৰ মহাসাগৰ৷ মহাসাগৰত যেনেকৈ জাহাজ ঘূৰি ফুৰে, তেনেকৈ চিয়াঁহীৰ মহাসাগৰত ঘূৰি ফুৰে অসংখ্য কিতাপ৷” প্ৰিয় ৱিকিসতীৰ্থ, চলিত বৰ্ষৰ ১ মে’ৰ পৰা ৩১ মে’লৈকে অসমীয়া ৱিকিউদ্ধৃতিত অনুষ্ঠিত হোৱা চন্দন চিৰিং ফুকন সোঁৱৰণী ৱিকিউদ্ধৃতি সম্পাদনা মেলাত ১৪ গৰাকী স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰি মুঠ ২৩৪ টা পৃষ্ঠাৰে অসমীয়া ৱিকিউদ্ধৃতিক সমৃদ্ধ কৰিছে৷ প্ৰিয় সুহৃদ, উক্ত উদ্ধৃতি সংযোগ মেলাত অংশ লৈ আপুনি নিৰলসভাৱে যি অমূল্য অৱদান আগবঢ়ালে তাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ প্ৰতি চিৰকৃতজ্ঞ হৈ ৰ’ব৷ আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে- |
— 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) ০০:২০, ১ জুন ২০২৪ (IST)
- ধন্যবাদ কুলধৰ। Jyoti Chiring (বাৰ্তা) ১০:৪৬, ১ জুন ২০২৪ (IST)