Congratulations on the creation of Assamese Wikiquote! However, this wikiquote needs your help to get started;

  1. Please check that all pages are imported from Wikimedia incubator. (Note: ফকৰা যোজনা will be imported soon)
  2. Please check that there are no other problems with the wiki settings. Of course, statistics will not work properly now. Or, some features of the visual editor may not work. This usually resolves automatically within 2 weeks.

Thank you for your efforts, and congratulations once again. I look forward to your cooperation. --Sotiale (বাৰ্তা) ১৩:৫৫, ৪ জানুৱাৰী ২০২৩ (ইউ.টি.চি.)

কাৰিকৰী পদক সম্পাদনা কৰক

  কাৰিকৰী পদক
অভিনন্দন! অসমীয়া ৱিকিউদ্ধৃতিৰ কাৰিকৰী দিশলৈ আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি স্বৰূপে আপোনাক এই বিশেষ পদক প্ৰদান কৰিবলৈ পাই সুখী হৈছোঁ। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব।

আপোনাৰ উজ্জ্বল ভৱিষ্যতৰ কামনাৰে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ -Chandan Chiring Phukon Chat ১১:২৬, ১৭ জানুৱাৰী ২০২৩ (IST)উত্তৰ দিয়ক

@Chiring chandan: অশেষ ধন্যবাদ৷ 🙏

ৱিকিউদ্ধৃতিৰ নীল নক্ষত্ৰ পদক সম্পাদনা কৰক

  ৱিকিউদ্ধৃতিৰ নীল নক্ষত্ৰ
প্ৰিয় ৱিকিসতীৰ্থ, অসমীয়া ৱিকিউদ্ধৃতিৰ উন্নীতকৰণৰ প্ৰক্ৰিয়াত সক্ৰিয়তাৰে সহযোগিতা আগবঢ়োৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে তোমালৈ এই পদক আগবঢ়ালোঁ। আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাবা বুলি আশা ৰাখিলোঁ।-Chandan Chiring Phukon Chat ১৪:০৩, ২৬ মাৰ্চ ২০২৩ (IST)উত্তৰ দিয়ক
অশেষ ধন্যবাদ @Chiring chandan: দাদা৷ 😊 — Kuldhar Rabha (বাৰ্তা) ০৬:৫৬, ২৭ মাৰ্চ ২০২৩ (IST)উত্তৰ দিয়ক

ৱিকি সেনাপতি পদক সম্পাদনা কৰক

 
ৱিকি সেনাপতি পদক
হে ৱিকিসতীৰ্থ, এপ্ৰিল মাহত ‘আজিৰ উদ্ধৃতি’সমূহৰ সৃষ্টি তথা পৰিচৰ্যাৰে অসমীয়া ৱিকিউদ্ধৃতিলৈ আপুনি নিৰন্তৰভাৱে যি অৱদান আগবঢ়াইছে সেয়া অতি প্ৰশংসনীয়। ইয়াৰেই কৃতজ্ঞতা হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে।-Chandan Chiring Phukon Chat ১৬:৫২, ২৮ এপ্ৰিল ২০২৩ (IST)উত্তৰ দিয়ক
@Chiring chandan: আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালোঁ৷ — Kuldhar Rabha (বাৰ্তা) ১৭:১১, ২৮ এপ্ৰিল ২০২৩ (IST)উত্তৰ দিয়ক

পৃষ্ঠা একত্ৰিতকৰণ সন্দৰ্ভত সম্পাদনা কৰক

‎আৰবী ভাষাত হজৰত মহম্মদ বুলি কোনো ব্যক্তি নাই। তাৰে সলনি, মুহাম্মাদ নামৰ এজন নবীৰ হে উল্লেখ পোৱা যায়। সেইমৰ্মে পৃষ্ঠাটো মুহাম্মাদৰ লগত একত্ৰিত কৰাটো প্ৰয়োজন।


Thesaurabhsaha (বাৰ্তা) ১৭:২০, ১১ জুন ২০২৩ (IST)উত্তৰ দিয়ক

@Thesaurabhsaha: উচ্চাৰণৰ দিশেৰে যদিওবা ‘মুহাম্মাদ’ শুদ্ধ৷ অসমীয়াত কিন্তু ‘মহম্মদ’ শব্দটোহে বহুলভাৱে প্ৰচলিত৷ -Kuldhar Rabha (বাৰ্তা) ১৯:৩৪, ১১ জুন ২০২৩ (IST)উত্তৰ দিয়ক

Need your input on a policy impacting gadgets and UserJS সম্পাদনা কৰক

Dear interface administrator,

This is Samuel from the Security team and I hope my message finds you well.

There is an ongoing discussion on a proposed policy governing the use of external resources in gadgets and UserJS. The proposed Third-party resources policy aims at making the UserJS and Gadgets landscape a bit safer by encouraging best practices around external resources. After an initial non-public conversation with a small number of interface admins and staff, we've launched a much larger, public consultation to get a wider pool of feedback for improving the policy proposal. Based on the ideas received so far, the proposed policy now includes some of the risks related to user scripts and gadgets loading third-party resources, best practices for gadgets and UserJS developers, and exemptions requirements such as code transparency and inspectability.

As an interface administrator, your feedback and suggestions are warmly welcome until July 17, 2023 on the policy talk page.

Have a great day!

Samuel (WMF), on behalf of the Foundation's Security team ০৪:৩২, ৮ জুলাই ২০২৩ (IST)উত্তৰ দিয়ক