অসমীয়া ৱিকিউদ্ধৃতিৰ বিকাশৰ গতিক এক নতুন মাত্ৰা দিবৰ বাবে অসমীয়া ৱিকিউদ্ধৃতিত উদ্ধৃতি সংযোগ মেলা এখন আয়োজন কৰা হয়। অনলাইন এই মেলাখন ২২ এপ্ৰিল ২০২৪-ৰ পৰা ২৮ এপ্ৰিল ২০২৪-লৈ অনুষ্ঠিত হয়।
নিয়মাৱলী
- অনলাইন এই মেলাখন ২২ এপ্ৰিল ২০২৪-ৰ পৰা ২৮ এপ্ৰিল ২০২৪-লৈ অনুষ্ঠিত হ'ব।
- অৱদানকাৰীসকলৰ প্ৰত্যেকৰে একোটা ৱিকি একাউণ্ট থাকিব লাগিব।
- উদ্ধৃতিসমূহৰ বিষয়বস্তু হ'ব ভাৰতৰ ব্যক্তি। এই পৃষ্ঠাসমূহ নতুনকৈ সৃষ্টি কৰা হ'ব লাগিব।
- উদ্ধৃতিসমূহ সঠিক আৰু অনলাইন সত্যাপনযোগ্য উৎসৰে সংযোজিত হ'ব লাগিব। অৱদানকাৰীসকলে ইংৰাজী ৱিকিউদ্ধৃতিৰ পৰা অনুবাদো কৰিব পাৰিব।
- উদ্ধৃতিৰ সংখ্যা এখন পৃষ্ঠাত কমেও পাঁচটা হ'ব লাগিব। আনে সৃষ্টি কৰা পৃষ্ঠাত মেলাখন চলি থকা অৱস্থাত আনে সম্পাদনা কৰিব নোৱাৰিব।
- ভাৰতৰ ব্যক্তিৰ এখন তালিকা প্ৰকল্প পৃষ্ঠাত দিয়া হ'ব। অৱদানকাৰীসকলে এই তালিকাখনত অন্য নাম যোগ কৰিব পাৰিব।
- অৱদানকাৰীসকলক বাৰ্ণষ্টাৰ আগবঢ়োৱা হ'ব।
- -Chandan Chiring Phukon Chat ১২:০৪, ৭ এপ্ৰিল ২০২৪ (IST)[উত্তৰ দিয়ক]
- Joli Rumi (বাৰ্তা) ০৫:৫৭, ৮ এপ্ৰিল ২০২৪ (IST)[উত্তৰ দিয়ক]
- -Pranamikaadhikary (বাৰ্তা) ২২:৩৬, ৮ এপ্ৰিল ২০২৪ (IST)[উত্তৰ দিয়ক]
- —Kuldhar Rabha (বাৰ্তা) ২২:১৫, ২১ এপ্ৰিল ২০২৪ (IST)[উত্তৰ দিয়ক]
- AjayDas (বাৰ্তা) ২২:১৯, ২১ এপ্ৰিল ২০২৪ (IST)[উত্তৰ দিয়ক]
- দিব্য দত্ত (বাৰ্তা) ১৭:৪০, ২২ এপ্ৰিল ২০২৪ (IST)[উত্তৰ দিয়ক]
- Nayan j Nath (বাৰ্তা) ১৯:১২, ২২ এপ্ৰিল ২০২৪ (IST)[উত্তৰ দিয়ক]
- Jyoti Chiring (বাৰ্তা) ১৩:৫৪, ২৪ এপ্ৰিল ২০২৪ (IST)[উত্তৰ দিয়ক]
- Ishanjyotibora (বাৰ্তা) ২১:১০, ২৫ এপ্ৰিল ২০২৪ (IST)[উত্তৰ দিয়ক]
- Rumi Borah~aswiki (বাৰ্তা) ০৮:৪৭, ২৬ এপ্ৰিল ২০২৪ (IST)[উত্তৰ দিয়ক]
প্ৰবন্ধৰ তালিকা
অসমৰ ব্যক্তি
বৰ্হিৰাজ্যৰ ব্যক্তি
পৃষ্ঠাসমূহ জমা দিয়ক
দিব্য দত্ত
- সৰোজিনী নাইডু
- অমূল্য বৰুৱা
- অনন্ত কন্দলি
নয়ন জ্যোতি নাথ
- কনকসেন ডেকা
- লক্ষ্মীনন্দন বৰা
- অমৰ্ত্য সেন
প্ৰণামিকা অধিকাৰী
- নলিনীবালা দেৱী
- পাৰবীন চুলতানা
- সুস্মিতা সেন
- ইলোৰা ৰায়চৌধুৰী
- বিৰুবালা ৰাভা
- ইন্দিৰা পি পি বৰা
- বীৰেন্দ্ৰ নাথ দত্ত
জ্যোতি চিৰিং
- বিপিনপাল দাস
- লীনা শৰ্মা
ঈশান জ্যোতি বৰা
- নিপন গোস্বামী
- প্ৰণৱজ্যোতি ডেকা (সংবৰ্ধন)
ৰুমী বৰা
- ইলু দেৱী বৰুৱা
- প্ৰতিভা ৰায়
জলি ৰুমী বৰা
- সৌম্যদ্বীপ দত্ত
- আৰ কে নাৰায়ণ
- খুছৱন্ত সিং
- মামাং দাই
- টেমচুলা আও
- কল্পনা চাওলা
- পাৰ্থ চট্টোপাধ্যায়
সমন্বয়ক
উদ্ধৃতি পৰীক্ষক
মেটা ৱিকিত
মেটা ৱিকি
|