Congratulations on the creation of Assamese Wikiquote! However, this wikiquote needs your help to get started;

  1. Please check that all pages are imported from Wikimedia incubator. (Note: ফকৰা যোজনা will be imported soon)
  2. Please check that there are no other problems with the wiki settings. Of course, statistics will not work properly now. Or, some features of the visual editor may not work. This usually resolves automatically within 2 weeks.

Thank you for your efforts, and congratulations once again. I look forward to your cooperation. --Sotiale (বাৰ্তা) ১৩:৫৫, ৪ জানুৱাৰী ২০২৩ (ইউ.টি.চি.)

Hi@Sotiale. Thank you so much for creation.Chiring chandan (বাৰ্তা) ১৪:১১, ৪ জানুৱাৰী ২০২৩ (ইউ.টি.চি.)

ৱিকিউদ্ধৃতি অধিনায়ক পদক সম্পাদনা কৰক

  ৱিকিউদ্ধৃতি অধিনায়ক পদক
প্ৰিয় সতীৰ্থ, একাণপতীয়া চেষ্টা আৰু নিৰলস অৱদানেৰে অসমীয়া ৱিকিউদ্ধৃতিক আজিৰ পৰ্য্যায় পোৱাটো সম্ভৱ কৰি তোলাৰ বাবে কৃতজ্ঞতাস্বৰূপে তোমালৈ এই পদকটি আগবঢ়ালোঁ‌। আগলৈকো একেই উৎসাহেৰে কাম কৰি যাবা বুলি আশা ৰাখিছোঁ।

অসমীয়া ৱিকিমিডিয়া সমাজ ---Joli Rumi (বাৰ্তা) ০৭:১২, ২৮ ফেব্ৰুৱাৰী ২০২৩ (IST)উত্তৰ দিয়ক

@Joli Rumi ধন্যবাদ বা। 😊 -Chandan Chiring Phukon Chat ১৭:৩৩, ২৮ ফেব্ৰুৱাৰী ২০২৩ (IST)উত্তৰ দিয়ক

একত্ৰিত সম্পাদনা কৰক

নমস্কাৰ, অঞ্চলভিত্তিক পৃষ্ঠাসমূহ মূল পৃষ্ঠাতকৈ পৃথককৈ সজাৰ প্ৰয়োজন আছে। উদাহৰণস্বৰূপে '''মুছলমান''' পৃষ্ঠাত মুছলমান সম্বন্ধে লিখা উদ্ধৃতি উল্লেখ কৰা হৈছে। আনহাতে, '''অসমত ইছলাম ধৰ্ম''' পৃষ্ঠাত অসম সম্পৰ্কীয় উদ্ধৃতি উল্লেখ কৰা হৈছে। দুয়োখন একেলগ কৰিলে খেলিমেলিৰ সৃষ্টি হ'ব পাৰে।


Thesaurabhsaha (বাৰ্তা) ১৫:৩৩, ৯ জুন ২০২৩ (IST)উত্তৰ দিয়ক

@Thesaurabhsaha ইছলাম ধৰ্ম প্ৰবন্ধটোতে অসমত ইছলাম ধৰ্ম বুলি অনুচ্ছেদ সজাৰ পোষকতা কৰোঁ। কিয়নো দুয়োটা পৃষ্ঠাতে থকা উদ্ধৃতিৰ পৰিমাণ নগণ্য। অত্যাধিক উদ্ধৃতি হ'লে সুকীয়া পৃষ্ঠাৰ কথা ভাবিব পাৰি।--Chandan Chiring Phukon Chat ১৫:৫০, ৯ জুন ২০২৩ (IST)উত্তৰ দিয়ক
সহমত প্ৰকাশ কৰিলোঁ। তদুপৰি, অত্যাধিক উদ্ধৃতি হ'লেহে সুকীয়া পৃষ্ঠাৰ প্ৰয়োজন হয় । এতিয়াৰ কাৰণে অন্ততঃ সুকীয়া অনুচ্ছেদ তৈয়াৰ কৰিলেই হ'ব।
Thesaurabhsaha (বাৰ্তা) ২৩:১৪, ৯ জুন ২০২৩ (IST)উত্তৰ দিয়ক