ৱিকিউদ্ধৃতি:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)
সমাজৰ বাটচ’ৰা স্বাগতম | সাহায্য কেন্দ্ৰ প্ৰবন্ধৰ অনুৰোধ | ৰাইজৰ চ’ৰা সংৰক্ষণ • প্ৰস্তাৱসমূহ | প্ৰশাসকৰ জাননীসমূহ অভিযোগ • প্ৰশাসক পদৰ বাবে আবেদন |
অসমীয়া ৱিকিউদ্ধৃতিত উদ্ধৃতি সংযোগ মেলা
সম্পাদনা কৰকঅনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা সমাপ্ত হৈছে।
প্ৰিয় ৱিকিসতীৰ্থসকল, অসমীয়া ৱিকিউদ্ধৃতিৰ বিকাশৰ গতিক এক নতুন মাত্ৰা দিবৰ বাবে অসমীয়া ৱিকিউদ্ধৃতিত উদ্ধৃতি সংযোগ মেলা এখন আয়োজন কৰাৰ কথা ভবা হৈছে। ইয়াৰ বাবে নিয়মাৱলীৰ খচৰা এটাও তলত দিয়া ধৰণে প্ৰস্তুত কৰা হৈছে। আশাকৰোঁ আপোনালোকে বহুমূলীয়া মন্তব্য, দিহা-পৰামৰ্শৰে প্ৰস্তাৱটো কাৰ্যকৰী কৰাত সহায় আগবঢ়াব।-Chandan Chiring Phukon Chat ২১:০৭, ৫ এপ্ৰিল ২০২৪ (IST)
- নিয়মাৱলী
- অনলাইন এই মেলাখন ২২ এপ্ৰিল ২০২৪-ৰ পৰা ২৮ এপ্ৰিল ২০২৪-লৈ অনুষ্ঠিত হ'ব।
- অৱদানকাৰীসকলৰ প্ৰত্যেকৰে একোটা ৱিকি একাউণ্ট থাকিব লাগিব।
- উদ্ধৃতিসমূহৰ বিষয়বস্তু হ'ব ভাৰতৰ ব্যক্তি।
- উদ্ধৃতিসমূহ সঠিক আৰু অনলাইন সত্যাপনযোগ্য উৎসৰে সংযোজিত হ'ব লাগিব। অৱদানকাৰীসকলে ইংৰাজী ৱিকিউদ্ধৃতিৰ পৰা অনুবাদো কৰিব পাৰিব।
- উদ্ধৃতিৰ সংখ্যা এখন পৃষ্ঠাত কমেও পাঁচটা হ'ব লাগিব। আনে সৃষ্টি কৰা পৃষ্ঠাত মেলাখন চলি থকা অৱস্থাত আনে সম্পাদনা কৰিব নোৱাৰিব।
- ভাৰতৰ ব্যক্তিৰ এখন তালিকা প্ৰকল্প পৃষ্ঠাত দিয়া হ'ব। অৱদানকাৰীসকলে এই তালিকাখনত অন্য নাম যোগ কৰিব পাৰিব।
- অৱদানকাৰীসকলক বাৰ্ণষ্টাৰ আগবঢ়োৱা হ'ব।
সমৰ্থন
সম্পাদনা কৰকসমৰ্থন -Nayan j Nath (বাৰ্তা) ২১:১৯, ৫ এপ্ৰিল ২০২৪ (IST)
সমৰ্থন — চাণক্য (বাৰ্তা) ২১:২০, ৫ এপ্ৰিল ২০২৪ (IST)
সমৰ্থন -Joli Rumi (বাৰ্তা) ২১:৫৬, ৫ এপ্ৰিল ২০২৪ (IST)
সমৰ্থন - Ishanjyotibora (বাৰ্তা) ২২:০২, ৫ এপ্ৰিল ২০২৪ (IST)
সমৰ্থন- --Pranamikaadhikary (বাৰ্তা) ২২:২৮, ৫ এপ্ৰিল ২০২৪ (IST)
সমৰ্থন- অনামিকা(চুমু) বড়া (বাৰ্তা) ২২:৩৭, ৫ এপ্ৰিল ২০২৪ (IST)
সমৰ্থন —Kuldhar Rabha (বাৰ্তা) ০৬:১৭, ৬ এপ্ৰিল ২০২৪ (IST)
সমৰ্থন —AjayDas (বাৰ্তা) ২২:২২, ৬ এপ্ৰিল ২০২৪ (IST)
সমৰ্থন - Rumi Borah~aswiki (বাৰ্তা) ১৮:২৯, ৮ এপ্ৰিল ২০২৪ (IST)
বিৰোধ
সম্পাদনা কৰকমন্তব্য
সম্পাদনা কৰক- সংযোজন:
- এই পৃষ্ঠাসমূহ নতুনকৈ সৃষ্টি কৰা হ'ব লাগিব।
- উদ্ধৃতি পৰীক্ষক হিচাপে দিব্য দত্ত দা আৰু চাণক্য কুমাৰ দাসৰ নামটো প্ৰস্তাৱ কৰিছোঁ।
- সমন্বয়ক হিচাপে মই নিজে থাকিব পাৰিম।
- প্ৰকল্প পৃষ্ঠাত অনুগ্ৰহ কৰি চহী আৰু পৃষ্ঠাৰ তালিকাখন দীঘলীয়া কৰিব।
ৱিকি-উদ্ধৃতি সংযোগ মেলা ২০২৫
সম্পাদনা কৰকসন্মানীয় সদস্যসকলৰ জ্ঞাতাৰ্থে জনাওঁ যে, অহা ১৮ এপ্ৰিল ২০২৫ৰ পৰা ২৪ এপ্ৰিল ২০২৫লৈ “চন্দন চিৰিং ফুকন সোঁৱৰণী উদ্ধৃতি সম্পাদনা মেলা’’ৰ আয়োজন কৰিবলৈ আগবঢ়া হৈছে। ৰাইজৰ মতামত আশা কৰা হ’ল।
সন্মানীয় সদস্যসকলৰ সমৰ্থনৰ বাবে ধন্যবাদ। চাণক্য chanakyadas দাস আৰু দিব্য দত্তক ইয়াৰ বাবে এটা পৃষ্ঠা তৈয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ।--Pranamikaadhikary (বাৰ্তা) ২৩:৫৮, ১০ এপ্ৰিল ২০২৫ (IST)
সমৰ্থন
সম্পাদনা কৰক- Nayan j Nath (বাৰ্তা) ২১:৪৭, ৮ এপ্ৰিল ২০২৫ (IST)
- চাণক্য (বাৰ্তা) ২২:৪০, ৮ এপ্ৰিল ২০২৫ (IST)
- দিম্পল দাস (বাৰ্তা) ২৩:৪৮, ৮ এপ্ৰিল ২০২৫ (IST)
- Jyoti Chiring (বাৰ্তা) ০৬:৩৯, ৯ এপ্ৰিল ২০২৫ (IST)
- 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) ০৭:৪৮, ৯ এপ্ৰিল ২০২৫ (IST)
- Rajdweep nlb (বাৰ্তা) ০৮:২০, ৯ এপ্ৰিল ২০২৫ (IST)
- Joli Rumi (বাৰ্তা) ০৩:১৮, ১০ এপ্ৰিল ২০২৫ (IST)
- দিব্য দত্ত (বাৰ্তা) ২৩:২২, ১১ এপ্ৰিল ২০২৫ (IST)
- Rumi Borah~aswiki (বাৰ্তা) ২১:৫১, ১৩ এপ্ৰিল ২০২৫ (IST)
বিৰোধ
সম্পাদনা কৰকমন্তব্য
সম্পাদনা কৰক- প্ৰতিযোগিতা ১৭ এপ্ৰিল ২০২৫ৰ ৰাতি ১২ বজাৰ পিছত আৰম্ভ হ’ব আৰু ২৪ এপ্ৰিলৰ ৰাতি ১২ বজাত শেষ হ’ব।
- যিকোনো ভাষাৰ সাহিত্য অকাডেমী বঁটা বিজয়ী সাহিত্যিক আৰু এই বঁটা বিজয়ী অসমীয়া ভাষাত লিখা গ্ৰন্থৰ অতি কমেও ৫টা উদ্ধৃতি সংযুক্ত কৰিব।
- ৫ টাকৈ উদ্ধৃতি সংযোগ কৰিলে ১ পইণ্ট লাভ কৰিব।
- নতুন পৃষ্ঠা সৃষ্টি কৰিলে অতিৰিক্ত ১ পইণ্ট যোগ হ’ব।
- ব্যক্তিৰ উদ্ধৃতি আৰু তেওঁৰ বিষয়ে মন্তব্যত উৎস সংযোগ কৰিব লাগিব। (মুঠ কমেও ৫টা)
- সংগীত, ক্ৰীড়া, বিজ্ঞান, অভিনয় আদিৰ সৰ্বভাৰতীয় ক্ষেত্ৰৰ পৰিচিত ব্যক্তিৰ উদ্ধৃতি নতুনকৈ পৃষ্ঠা সৃষ্টি কৰি বা পুৰণি পৃষ্ঠাত সংযোগ কৰিব পাৰিব। (কমেও ৫টা)
- বিচাৰকৰ ৰায় চূড়ান্ত হ’ব।
- প্ৰতিযোগী সকলক ...... পুৰস্কাৰ অহা ২৭ এপ্ৰিলৰ “সোঁৱৰণ আৰু সংকল্প’’ত প্ৰদান কৰা হ’ব।
বিচাৰক
সম্পাদনা কৰক- চাণক্য কুমাৰ দাস
- দিব্য দত্ত