ৱিকিউদ্ধৃতি:আদৰণি

অসমীয়া ভাষাৰ ৱিকিউদ্ধৃতিলৈ আপোনাক আদৰণি জনাইছোঁ।

ৱিকিউদ্ধৃতি হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক উদ্ধৃতিৰ সংকলন। বিশ্বৰ বিভিন্ন ঠাইৰ স্বেচ্ছাসেৱকে নিজৰ সামৰ্থ অনুযায়ী বৰঙণি আগবঢ়াই এই উদ্ধৃতিকোষ গঢ়ি তুলিছে।