সদস্য:Kuldhar Rabha/পৰীক্ষাগাৰ

আজিৰ উদ্ধৃতি:

জানুৱাৰী - ফেব্ৰুৱাৰী - মাৰ্চ - এপ্ৰিল - মে’ - জুন - জুলাই - আগষ্ট - ছেপ্টেম্বৰ - অক্টোবৰ - নৱেম্বৰ - ডিচেম্বৰ

“প্ৰেম এক বিশুদ্ধ কবিতা, সকলো মিছাৰ উৰ্দ্ধত। ভাগি-ছিগি যোৱাৰ পাছতো যিখিনি ৰৈ যায়, সেইখিনিতেই থাকি যায় প্ৰেম। মৰি যোৱাৰ পিছতো যদি ক'ৰবাত কিবা এটা জীয়াই থাকে, বুজিব, সেয়া প্ৰেম; লাগিলে ৰৈ যোৱাখিনি বিষেই নহওক কিয়! বিষাই আছে মানেইতো আপুনি মৰি যোৱা নাই, অনুভূতিহীন হৈ শেষ হৈ যোৱা নাই। আপুনি জীয়াই আছে।”
~ পান্থশালা, (চন্দনা পাঠক) ~

<< যোৱা মাহ — চলিত মাহ >>

২০২৩
“কোনোবাই কাৰোবাক মুখস্থ কৰা উপদেশ শুনাওক- সেইটো মই মুঠেই কামনা নকৰোঁ৷ মই একান্তভাৱে কামনা কৰোঁ সকলোৱে মুক্তভাৱে, অকৃত্ৰিমভাৱে নিজৰ নিজৰ বক্তব্য পৰিৱেশন কৰক৷”
~ আব্ৰাহাম লিংকন ~
 

লেখাৰ সংখ্যা: ১,১৬২
পৃষ্ঠা: ২,৭৫৮
ফাইল: ০
সম্পাদনা: ২০,৪৭৮
প্ৰশাসক: ৩
সদস্যৰ সংখ্যা: ৬৯৮
সক্ৰিয় সদস্য: ১৪