হাৰুকি মুৰাকামি (জন্ম: ১২ জানুৱাৰী, ১৯৪৯) এগৰাকী জাপানী লেখক। নৰৱেজিয়ান ৱুড, কাফ্‌কা অন দ্য শ্ব'ৰ, স্পুটনিক ছুইটহাৰ্ট আদি তেওঁৰ উল্লেখযোগ্য সাহিত্যকৰ্ম।

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. মৃত্যু জীৱনৰ বিপৰীত নহয়, ই জীৱনৰেই এটা অংশ।[১]
  2. যদি তুমি মোক মনত ৰাখা, তেন্তে আন সকলোৱে পাহৰি গ'লেও মোৰ একো আহে নাযায়।[২]
  3. মানুহক তেওঁলোকৰ দোষৰ দ্বাৰা নহয়, তেওঁলোকৰ গুণৰ দ্বাৰা ট্ৰেজেডীৰ গভীৰতালৈ টানি অনা হয়।[২]

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w:

উৎস সম্পাদনা কৰক

  1. নৰৱেজিয়ান ৱুড
  2. ২.০ ২.১ কাফ্‌কা অন দ্য শ্ব'ৰ