আনাটোল ফ্ৰাঁ‌ (ইংৰাজী: Anatole France; ১৬ এপ্ৰিল ১৮৪৪ – ১২ অক্টোবৰ ১৯২৪) ফ্ৰান্সৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাংবাদিক আছিল। তেওঁ ১৯২১ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰে।

আনাটোল ফ্ৰাঁৰ আলোকচিত্ৰ

উদ্ধৃতিসম্পাদনা কৰক

  1. মানুহক এনেকৈ নিৰ্মাণ কৰা হৈছে যে তেওঁ এটা কাম শেষ কৰি লগে লগে আন এটা কাম আৰম্ভ কৰিহে প্ৰকৃত বিশ্ৰাম অনুভৱ কৰিব পাৰে।[১]
  2. মহাকাশ অন্তহীনভাবে বিশাল,-- সেইটো একো আচৰিত কথা নহয়৷ আচৰিত কথা এইটোহে যে মানুহে তাক জুখিব পাৰিছে৷[২]

বাহ্যিক সংযোগসম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা:

উৎসসম্পাদনা কৰক

  1. নিয়মীয়া বাৰ্তা, ১৭ মে', ২০২১
  2. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ৪০, প্ৰকাশক, উৎপল হাজৰিকা, বাণী মন্দিৰ