আৰ্থাৰ কোৱেষ্ট্‌লাৰ

আৰ্থাৰ কোৱেষ্ট্‌লাৰ (ইংৰাজী: Arthur Koestler; ৫ ছেপ্টেম্বৰ, ১৯০৫ - ১ মাৰ্চ, ১৯৮৩) আছিল এগৰাকী হাংগাৰিয়ান ব্ৰিটিছ লেখক তথা সাংবাদিক।

আৰ্থাৰ কোৱেষ্ট্‌লাৰৰ আলোকচিত্ৰ

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. আধ্যাত্মিক জীৱন হ'ল মৃত্যুক গ্ৰহণ কৰাৰ প্ৰশিক্ষণ মাত্ৰ।[১]
  2. ঈশ্বৰে টেলিফোনটো সদায় তুলি থৈ দিয়ে৷ তেওঁৰ লগত যোগাযোগ কৰাৰ উপায় নাই৷[২]

উৎস সম্পাদনা কৰক

  1. আত্মানুসন্ধান, হোমেন বৰগোহাঞি, পৃষ্ঠা ২৪৩
  2. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং,৪৮, প্ৰকাশক উৎপল হাজৰিকা, বাণী মন্দিৰ

বাহ্যিক সংযোগ সম্পাদনা কৰক