গুস্তাভ ফ্লবেয়ৰ

গুস্তাভ ফ্লবেয়ৰ (ইংৰাজী: Gustave Flaubert; ১২ ডিচেম্বৰ ১৮২১–৮ মে’ ১৮৮০) এজন প্ৰভাৱশালী ফৰাচী লেখক আছিল। তেওঁ ফ্ৰান্সৰ সাহিত্যিক বাস্তৱবাদৰ আগশাৰীৰ প্ৰতিষ্ঠাপক আছিল। তেওঁ নিজৰ প্ৰথম প্ৰকাশিত উপন্যাস 'মেডাম ব’ভাৰী' (১৮৫৭) আৰু তেওঁৰ শৈলী তথা নান্দনিকতাৰ বাবে বিশেষভাৱে পৰিচিত।

গুস্তাভ ফ্লবেয়ৰৰ আলোকচিত্ৰ

উদ্ধৃতিসমূহসম্পাদনা কৰক

  1. ষ্টাইলেই হ’ল জীৱন! ই হ’ল ভাবৰ প্ৰধান শক্তি।[১]

বাহ্যিক সংযোগসম্পাদনা কৰক

উৎসসম্পাদনা কৰক