“কৈশোৰ কালৰ মগজুৰ এই ভংগুৰতা আৰু বিপদসংকুলতাখিনি অভিভাৱক-অভিভাৱিকা বা শিক্ষক-শিক্ষয়িত্ৰী হিচাপে আমি জনাটো নিতান্তই দৰকাৰ যাতে তেওঁলোকৰ মগজুক আমি নিৰাপত্তা দিব পাৰোঁ। মগজুৰ এই নিৰাপত্তাৰে আমি তেওঁলোকক এটা সুস্থ জীৱন দিব পাৰোঁ। অন্যথা বেয়া কাম কৰিছে বুলি যুগ যুগলৈ তেওঁলোকক গালি পৰাতেই আমাৰ কাম শেষ হ’ব।”
~ সম্ভাৱনাঃ কৈশোৰ কাল সম্পৰ্কত বিজ্ঞান, প্ৰাঞ্জল বুঢ়াগোহাঁই ~