সাঁচ:আজিৰ উদ্ধৃতি

“এটা ডাঙৰ সমস্যা আছিল সেই বেজবোৰৰ প্ৰতি মানুহৰ গভীৰভাৱে শিপাই থকা বিশ্বাস। দুৰ্গম গ্ৰাম্য সমাজ আৰু জনজাতীয় অঞ্চলত বেজৰ বেজালিৰ প্ৰয়োজনীয়তা আছে; য’ত বিদ্যালয় আৰু চিকিৎসালয়ৰ অভাৱ, আৰু সজাগতাও কম। কোনোবাই দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্ত হ’লে পৰম্পৰাগত চিকিৎসকৰ ওচৰলৈ যোৱা হয় আৰু স্বাস্থ্যৰ উন্নতি নহ’লে ক’লা যাদু আৰু ডাইনীৰ কাম হিচাপে পৰিগণিত হয়।”
~ বিৰুবালা ৰাভা ~