“অনুশীলন মানেই সাধনা নহয় আচলতে। অনুশীলনটো হৈছে সাধনাৰ এটা অংশহে। সাধনা হৈছে গোটেই ছিষ্টেমটোক ভালদৰে জানি বুজি লৈ আগবঢ়া। সমাজৰ প্ৰতি যিটো ন্যূনতম দায়বদ্ধতা থাকিব লাগে, সেইটো প্ৰত্যেকৰে থকাটো উচিত। এইখিনি যেতিয়াই বুজি পাব, তেতিয়াই এই কথাটো গম পোৱা হ’ব যে আচলতে গানবোৰ গালে মানুহে ভালপোৱা গানতকৈয়ো গোৱা গানটোৱে মানুহক চুব পাৰিব লাগিব।”
~ তৰালি শৰ্মা ~