সাঁচ:আজিৰ উদ্ধৃতি/আগষ্ট-২০২৪

“আজিকালি ল'ৰাবোৰে কেৱল প্ৰশ্ন কাকত, উত্তৰ বহী আৰু টিউচন চিনি পায়। জীৱনৰ সোণালী ক্ষণ, সোণ হৰিণৰ পিচে পিচে চেঁকুৰ লওঁতে হেৰুৱায়, এনেকুৱা কাপুৰুষ হৈ নকটাবা। আমাক ধৰিবলৈ সকলোৱে প্ৰলোভনৰ, প্ৰৱঞ্চনাৰ জাল পেলাই থৈছে, ফান্দত নপৰি অন্যায় দেখিলে বিৰুদ্ধাচৰণ কৰিবা।”
~ সোণ হৰিণৰ চেঁকুৰ, (অনুৰাধা শৰ্মা পূজাৰী) ~