জিনে মৰেউ (ইংৰাজী: Jeanne Moreau) আছিল এগৰাকী ফৰাচী অভিনেত্ৰী, গায়িকা, চিত্ৰনাট্যকাৰ, পৰিচালক আৰু সমাজসেৱক। ১৯৪৭ চনত তেওঁ নাট্যক্ষেত্ৰত আত্মপ্ৰকাশ কৰে, আৰু নিজকে অন্যতম আগশাৰীৰ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰে।

জিনে মৰেউ

উদ্ধৃতি সম্পাদনা কৰক

  1. বয়সে আপোনাক প্ৰেমৰ পৰা সুৰক্ষিত নকৰে, কিন্তু প্ৰেমে বয়স বঢ়াৰ পৰা ৰক্ষা কৰিব পাৰে।[১]

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা:

তথ্যউৎস সম্পাদনা কৰক

  1. মৰেউ, জিনে. "বাণী", ৬ ছেপ্টেম্বৰ, ২০২১,.পৃষ্ঠাসমূহ. ৬. আহৰণ কৰা হৈছে ১০ ছেপ্টেম্বৰ ২০২১.