পীয়েৰ-ছাইমন লাপলাছ

পীয়েৰ-ছাইমন লাপলাছ (ইংৰাজী: Pierre-Simon Laplace; ২৩ মাৰ্চ, ১৭৪৯ – ৫ মাৰ্চ, ১৮২৭) এগৰাকী ফৰাচী গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী, লাপলাছ ৰূপান্তৰণ আৰু লাপলাছ সমীকৰণৰ আৱিষ্কাৰক।

পীয়েৰ-ছাইমন লাপলাছৰ প্ৰতিকৃতি

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  • এজন অত্যন্ত মেধাবী আৰু অত্যন্ত পৰিশ্ৰমী গণিতজ্ঞক যদি সৃষ্টিৰ আৰম্ভণিৰ অৱস্থাটোৰ সঠিক বিৱৰণ দিব পৰা যায়, তেন্তে জগতখনৰ পৰৱৰ্তী সমগ্ৰ ইতিহাস তেওঁ গণনা কৰি উলিয়াব পাৰিব; তেওঁৰ বাবে একো কথাই অনিশ্চিত হৈ নাথাকে, ভূত আৰু ভৱিষ্যত তেওঁ বৰ্তমানৰ দৰে ফট্‌ফটীয়াকৈ দেখা পাব।[]
  • প্ৰকৃতিৰ সকলো প্ৰভাৱ মাত্ৰ কম সংখ্যক অপৰিৱৰ্তনীয় নিয়মৰ গাণিতিক পৰিণতিহে।[]
  • আমি যি জানো সেয়া বেছি নহয়। আমি যি নাজানো সেয়া অপৰিসীম।[]
  • অইলাৰ পঢ়ক, অইলাৰ পঢ়ক, তেওঁ আমাৰ সকলোৰে মালিক।[]
  • অনুকলনৰ অসুবিধাবোৰ দেখি প্ৰকৃতিয়ে হাঁহে।[]

লগতে চাওক

সম্পাদনা কৰক
  1. বৰ্মন, শিৱনাথ (১৯৭৬)। আইনষ্টাইন আৰু পদাৰ্থ জগত। গুৱাহাটী। অসম প্ৰকাশন পৰিষদ।
  2. J J O'Connor and E F Robertson, Quotations by Pierre-Simon Laplace, MacTutor History of Mathematics, (University of St Andrews, Scotland, December 2013)
  3. Augustus De Morgan, Budget of Paradoxes (1866)
  4. Journal des Savants, January 1846, p. 51
  5. I. Gordon, S. Sorkin; The Armchair Science Reader, New York, 1959

বাহ্যিক সংযোগ

সম্পাদনা কৰক