ৱিকিউদ্ধৃতি বাৰ্তা:ৱিকিপত্ৰিকা

চাইডবাৰত ৱিকিপত্ৰিকা সংযোজন সম্পাদনা কৰক

অন্য ৱিকি প্ৰকল্পৰ চাইডবাৰত (ৱিকিপিডিয়া/ৱিকিউৎস) ৱিকিপত্ৰিকা সংযোজন কৰাৰ দৰে ৱিকিউদ্ধৃতিতো কৰিব পাৰি নেকি! -Kuldhar Rabha (বাৰ্তা) ১০:৩২, ১ জুলাই ২০২৩ (IST)উত্তৰ দিয়ক

পাৰি। এই পৃষ্ঠাত লিংক যোগ কৰিব লাগিব। দিব্য দত্ত (বাৰ্তা) ১৫:০৭, ১ জুলাই ২০২৩ (IST)উত্তৰ দিয়ক
কৰা হ’ল৷ অশেষ ধন্যবাদ৷ 😊 -Kuldhar Rabha (বাৰ্তা) ১৫:২১, ১ জুলাই ২০২৩ (IST)উত্তৰ দিয়ক
জোৰদাৰ সমৰ্থন জনালোঁ। -Chandan Chiring Phukon Chat ১৭:৫৮, ১ জুলাই ২০২৩ (IST)উত্তৰ দিয়ক
"ৱিকিপত্ৰিকা" প্ৰকল্প পৃষ্ঠালৈ উভতি যাওক।