হৰিবংশ ৰায় বচ্চন

হৰিবংশ ৰায় বচ্চন (হিন্দী: हरिवंश राय बच्चन) ২৭ নৱেম্বৰ, ১৯০৭ - ১৮ জানুৱাৰী, ২০০৩) আছিল হিন্দী ভাষাৰ এগৰাকী কবি আৰু লেখক। ‘হালাবাদ’ৰ প্ৰৱৰ্তক বচ্চন হ’ল হিন্দী কবিতাৰ উত্তৰ ছায়াবাদ কালৰ মুখ্য কবিবোৰৰ ভিতৰত অন্যতম। মধুশালা হ’ল তেখেতৰ প্ৰসিদ্ধ কৃতি।

২০০৩ চনৰ ডাকটিকটত হৰিবংশ ৰায় বচ্চন

উদ্ধৃতি সম্পাদনা কৰক

  • মাটিৰ মানুহ, আনন্দময় মন, খন্তেকৰ জীৱন — এয়াই মোৰ পৰিচয়।

বাহ্যিক সংযোগ সম্পাদনা কৰক