“আপোনালোকে মাথোন ১৪ দিনতেই নিজৰ সুখ আৰু আনন্দ ঘূৰাই আনিব পাৰিব, যদিহে এটা নিয়ম মানি চলে। প্ৰতিদিনেই চিন্তা কৰক অন্ততঃ এটা দিনত অন্য এজন মানুহক কেনেকৈ সুখী কৰা যায়।”
~ আলফ্ৰেড এডলাৰ ~