“গতিশীলতা আৰু সমন্বয়ৰ যোগেদিহে সম্ভৱ বিকাশ, বিকাশৰ ফলতহে হয় আত্মোপলব্ধি আৰু আত্মোপলব্ধিৰ মাজতহে আছে জীৱনৰ লক্ষ্য আৰু কৰ্মৰো সমাপ্তিহীন সমাপ্তি।”
~ বিকাশ সজাগতা-বিশ্লেষণ আৰু শিক্ষা-সংস্কাৰ, (প্ৰবোধ চন্দ্ৰ গোস্বামী) ~