“মানুহৰ দুখ গুচোৱা কথাটো মুখৰ কথা নহয়। শুকান বালি তিওৱা বৰ টান। ধনী আত্মীয় বহুত থাকিলেও বেছিভাগেই প্ৰকৃত অৰ্থত সহায় নকৰে। হয় মুখেৰে উপদেশ দিব খোজে, নহয় গা এৰা দিয়ে।”
~ ড° নিৰ্মলপ্ৰভা বৰদলৈ ~