“পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ আমি শিশুসকলক শিক্ষাৰ প্ৰাথমিক স্তৰৰ পৰাই পৰিৱেশবিজ্ঞানৰ ব্যৱহাৰিক(কাৰ্যভিত্তিক) শিক্ষা প্ৰদান কৰিব লাগিব৷ প্ৰতিজন শিশুৱে ৰোৱা প্ৰতিজোপা গছ যেন তেওঁ আগলৈও চোৱাচোতা কৰি থাকিব পাৰে, তাৰ বাবেও তেওঁক শিক্ষাদান কৰি সজাগ কৰি ৰাখিব লাগিব৷”
|