“কোনোবা এটা সময়ত মানুহৰ আগবাঢ়িবলৈ একো নাথাকে বোধকৰোঁ। মানুহ তেতিয়া সোঁৱৰণীত জীয়াই থাকে। মানুহে পিছলৈ উভতি খোজ কাঢ়ে।”
~ নমিতা বৈশ্য ~