“যি মানুহে যথাৰ্থ শিক্ষা লাভ কৰে, তাক অহঙ্কাৰ ৰিপুৱে সেও কৰিব নোৱাৰে, কিয়নো যথাৰ্থ শিক্ষাৰ পৰা নম্ৰতাহে জন্মে, অহঙ্কাৰ নজন্মে৷”
~ সাৰথি (সত্যনাথ বৰা) ~