সাঁচ:আজিৰ উদ্ধৃতি/জুন-২০২৪/১৭
“মানুহ হৈছে সপোনক দিঠকলৈ পৰিণত কৰা শিল্পী৷ পৃথিৱীখন শিল্পীৰ ঘৰ৷ শিল্পীৰ কাৰখানা আৰু শিল্পীৰ সাংস্কৃতিক সম্পদৰ প্ৰদৰ্শনী৷ ইয়াকে শিল্পীয়ে- আজি নিখিল পৃথিৱীৰ শিল্পীয়ে- মানুহক উপলব্ধি কৰাব লাগিব৷” |
~ জ্যোতিপ্ৰসাদ আগৰৱালা ~ |