“শিলত শান দিলেহে যেনেকৈ দা-কটাৰীৰ ধাৰ বৃদ্ধি পায় ঠিক তেনেকৈ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিলেহে মানুহৰ মগজ চোকা হয়।”
~ হোমেন বৰগোহাঞি ~