সাঁচ:আজিৰ উদ্ধৃতি/ছেপ্টেম্বৰ-২০২৪/২৫

“একমাত্ৰ মৃত্যুৰ বাহিৰে আপোনাৰ সকলো যুক্তি, আপোনাৰ আন্তৰিকতা, আপোনাৰ দুখ-কষ্টৰ ভয়াৱহতাৰ বিষয়ে মানুহে কেতিয়াও পতিয়ন নাযায়। গতিকে যেতিয়ালৈকে আপুনি জীয়াই আছে, তেতিয়ালৈকে আপোনাৰ পৰিস্থিতিটো সন্দেহজনক; মৃত্যুৰ পূৰ্বলৈ আপুনি তেওঁলোকৰ সংশয়বাদিতাহে পাব।”
~ আলবেয়ৰ কেম্যু ~