“সমস্যা সমাধানৰ অবিৰাম প্ৰচেষ্টাৰ ওপৰতেই নিৰ্ভৰ কৰে মানৱৰ প্ৰগতি। যিজনে সমস্যাৰ সন্মুখীন নহয় তেওঁৰ উন্নতিও নহয়।”
~ সফল জীৱনৰ আধাৰশিলা, (হেমন্ত কুমাৰ দেৱ চৌধুৰী) ~