“কেতিয়াবা ধুমুহাই গছৰ ডালৰ গুটি উৰুৱাই নি সাৰুৱা মাটিত পেলাই দিয়াৰ নিচিনাকৈ সংঘাতে মানুহক কেতিয়াবা ভালত হে পেলায়গৈ৷”
~ জীৱন কলা, (প্ৰহ্লাদ কুমাৰ বৰুৱা) ~