“জীৱনত আমি এবাৰেই জন্ম লওঁ। যিখিনি সময় আমি থাকোঁ, ভাল মনৰে, কাৰো অপকাৰ নকৰাকৈ থাকিব লাগে। আমাৰ প্ৰয়োজনীয়তা, অভাৱ সকলোৰে থাকে, কিন্তু সেইবোৰ বেয়া কাম কৰি পূৰাবলৈ গ’লে কি হ’ব!”
~ চেতনা দাস ~