“ভাল বেয়া সকলোতে থাকে, প্ৰতিযোগিতাত জয়লাভ কৰি অহাৰ পিছত যি মানুহৰ মৰম পোৱা যায়, মানুহে যেনেদৰে আমাক লৈ গৌৰৱ কৰে, স্ফূৰ্তি কৰে, তাৰ লগত আচলতে একোৰে তুলনা নাই। মই ভাবোঁ মানুহৰ জীৱনত এইটো এটা সকলোতকৈ ডাঙৰ সফলতা আৰু এটা সকলোতকৈ ডাঙৰ সন্তুষ্টি, ইয়াতকৈ ডাঙৰ আৰু একো পৃথিৱীত হ'ব নোৱাৰে।”
~ গোলাপ ৰাভা ~