“ঘৃণাক ঘৃণাৰে নিঃশেষ কৰিব নোৱাৰি, পাৰি কেৱল স্নেহেৰে। ধনী-দুখীয়া সকলোৰে বাবে কৰুণা কৰিবা। সকলোৰে নিজৰ যাতনা আছে।”
~ গৌতম বুদ্ধ ~