সাঁচ:আজিৰ উদ্ধৃতি/অক্টোবৰ-২০২৪/৩

“পৃথিৱীত মানুহৰ স্থায়িত্ব কিমান দিনৰ? এই ক্ষণস্থায়ী জীৱনত নেহাঁহি কন্দাৰ কি অৰ্থ আছে? সেয়েহে মই সদায় হাঁহি থাকিব বিচাৰোঁ। উঠি অহা চামকো কওঁ- হাঁহি থাকিবা, হাঁহি হাঁহি জীৱন মধুৰ কৰি তুলিবা। হাঁহিলেহে পৃথিৱীৰ সোৱাদ পাবা। জীৱনৰ অৰ্থ বুজিবা।”
~ লক্ষ্যধৰ চৌধুৰী ~