সাঁচ:আজিৰ উদ্ধৃতি/অক্টোবৰ-২০২৪/২

“সুন্দৰে যে ফুলাৰ মন্ত্ৰ

অহোৰাত্ৰি মাতে
সেয়েহে আজি ইমান ফুল
প্ৰভাতে প্ৰভাতে।।”

~ জ্যোতিপ্ৰসাদ আগৰৱালা ~