সাঁচ:আজিৰ উদ্ধৃতি/অক্টোবৰ-২০২৩/২৫

“এজন মানুহে যেতিয়া জীৱনৰ শেষ বিন্দুত উপনীত হৈ পাৰ হৈ যোৱা জীৱনটোলৈ ঘূৰি চাই অনুভৱ কৰে যে তেওঁৰ জীৱনটো অথলে গ’ল বা বৃথাই গ’ল, তাতকৈ ডাঙৰ যন্ত্ৰণা আন একোৱেই নাই৷”
~ হোমেন বৰগোহাঞি ~