সাঁচ:আজিৰ উদ্ধৃতি/অক্টোবৰ-২০২৩/২৪

“বেলি মাৰ যায়; কিন্তু গ্ৰহ-উপগ্ৰহে তাৰ প্ৰতিবিম্বৰেই বাটৰুৱাক পথ দেখুৱায়৷ কোনোবা জাতি নাইকিয়া হয়; কিন্তু তাৰ মানসিক বিকাশৰ জেউতি বা প্ৰতিবিম্বই পুৰুষানুক্ৰমে মানৱ সমাজক পোহৰ দি থাকে৷”
~ বাণীকান্ত কাকতি ~