অক্লান্ত কৰ্মী পদক সম্পাদনা কৰক

  অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিউদ্ধৃতিলৈ আপোনাৰ মূল্যবান অৱদানৰ বাবে ৱিকিমিডিয়া সমাজৰ হৈ আপোনাক কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈকো এনেদৰেই ৱিকিউদ্ধৃতিৰ সৈতে জড়িত হৈ থাকি ইয়াৰ উন্নতি সাধন কৰিব। ধন্যবাদেৰে -Chandan Chiring Phukon Chat ১২:৪০, ২৩ জানুৱাৰী ২০২৩ (IST)উত্তৰ দিয়ক