সাধাৰণ প্ৰকৰণ সম্পাদনা কৰক

1.হৰিণাৰ মাংসই বৈৰি।
2.মৰে লপায় তুৰুঙ্গা।
মৰে পদূলি শুঙ্গা।
এইকেইটা ডাকৰ বচন হয় জানো?-Chandan Chiring Phukon Chat ২৩:৩৮, ৩০ ছেপ্টেম্বৰ ২০২৩ (IST)উত্তৰ দিয়ক

শুদ্ধ উৎস থাকিলে বিচাৰ কৰি চাব লাগিব৷ বহু যোজনা ডাকৰ বচন বুলি পিছত প্ৰচলিত হৈছিল৷ মোৰ বোধেৰে ডাকৰ বচন পৃষ্ঠাটোত ন ন সংযোগ সাময়িকভাবে বন্ধ কৰি দিয়া ভাল৷ Pranamikaadhikary (বাৰ্তা) ০০:১৭, ১ অক্টোবৰ ২০২৩ (IST)উত্তৰ দিয়ক
"ডাকৰ বচন" পৃষ্ঠালৈ উভতি যাওক।