অভিষেক বচ্চন

ভাৰতীয় অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা

অভিষেক বচ্চন (ইংৰাজী: Abhishek Bachchan, হিন্দী: अभिषेक बच्चन; জন্ম: ৫ ফেব্ৰুৱাৰী ১৯৭৬) হ'ল এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা, যি কৰ্মৰ বাবে তেখেত বলিউডত পৰিচিত। বচ্চন পৰিয়ালৰ এজন সদস্য, তেখেত অভিনেতা অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ পুত্ৰ।

অভিষেক বচ্চন

উদ্ধৃতি সম্পাদনা কৰক

উৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: