অক্ষয় কুমাৰ

ভাৰতীয় অভিনেতা

অক্ষয় কুমাৰ (জন্ম: ৰাজীৱ হৰি ওম ভাটিয়া; ৯ ছেপ্টেম্বৰ, ১৯৬৭) হৈছে এজন ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক আৰু যুদ্ধ শিল্পী যিয়ে এশৰো অধিক হিন্দী ছবিত অভিনয় কৰিছে।

অক্ষয় কুমাৰ

উদ্ধৃতি সম্পাদনা কৰক

  • পৰিৱৰ্তন এজন ৰাজনীতিবিদৰ পৰা আহিব নোৱাৰে, আমাৰ প্ৰত্যেকৰে পৰা আহিব লাগিব আৰু কেৱল আজিৰ বাবে নহয়...এয়া ক্ৰমাগত এক প্ৰক্ৰিয়া। আহক আমি দায়বদ্ধ হওঁ আৰু ইয়াৰ দিশত কাম কৰোঁ।

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: