ৰতন টাটা (জন্ম: ২৮ ডিচেম্বৰ ১৯৩৭) হৈছে ভাৰতৰ এগৰাকী বিশিষ্ট উদ্যোগপতি। ১৯৮১ চনত তেওঁ টাটা উদ্যোগৰ "ডাইৰেক্টৰ" হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। ১৯৯১ চনত টাটা গ্ৰুপৰ "চেয়াৰমেন" পদত ৰতন টাটাক নিযুক্তি দিয়া হয়।

ৰতন টাটাৰ আলোকচিত্ৰ

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. জীৱনত আগুৱাই যাবলৈ উত্থান-পতনৰ গুৰুত্ব বহুত বেছি। আনকি ই.চি.জিৰ ক্ষেত্ৰটো সমান ৰেখাৰ অৰ্থ — মৃত বুলি ধৰা হয়।[১]
  2. খাদ্যক আপোনাৰ ঔষধ হিচাপে ব্যৱহাৰ কৰক। নহ’লে আপুনি ঔষধক খাদ্য হিচাপে ব্যৱহাৰ কৰিব লাগিব৷[২]

উৎস সম্পাদনা কৰক

  1. Ratan Tata turns 84: Here are 10 inspiring quotes by the visionary. প্ৰকাশক: Moneycontrol News (January 03, 2022). আহৰণ কৰা হৈছে: 15 ছেপ্টেম্বৰ 2022.
  2. ৰতন টাটা. "বাণী", ১৭ মাৰ্চ ২০২৩, পৃষ্ঠা. ৬. আহৰণ কৰা হৈছে ১৭ মাৰ্চ ২০২৩.

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: