বিগত বৰ্ষৰ আজিৰ উদ্ধৃতি:

২০২৩
 
“শৰীৰৰ বিকাশৰ কাৰণে যেনেকৈ পুষ্টিকৰ সুষম আহাৰৰ প্ৰয়োজন, মনৰ বিকাশৰ কাৰণে পুষ্টিকৰ মানসিক আহাৰৰ প্ৰয়োজন তাতোকৈ কোনো গুণেই কম নহয়। মনে তাৰ আহাৰ সংগ্ৰহ কৰে ঘাইকৈ অধ্যয়ন, আলোচনা আৰু সৎ-সংগৰ পৰা।”
~ হোমেন বৰগোহাঞি ~
 

২০২৪

সাঁচ:আজিৰ উদ্ধৃতি/মাৰ্চ-২০২৪/২