২৩ এপ্ৰিল
তাৰিখ
বিগত বৰ্ষৰ আজিৰ উদ্ধৃতি:
- ২০২৩
“প্ৰত্যেকজন মানুহৰ বাবে মাতৃবোৰ একোখন আইনা৷ মাক হেৰাই যোৱা মানে জীৱনৰ প্ৰতিচ্ছবি হেৰাই যোৱা৷ মাতৃ বিয়োগৰ সৈতে হেৰায় একোজন পূৰ্ণাংগ মানুহৰ জন্মঠিকনা, শৈশৱ-কৈশোৰ৷” |
~ জলছবি, (অনুৰাধা শৰ্মা পূজাৰী) ~ |