বেটুপাত
যিকোনো
প্ৰৱেশ
ছেটিং
দান কৰক
ৱিকিউদ্ধৃতিৰ বিষয়ে
দায়লুপ্তি
সন্ধান কৰক
১ অক্টোবৰ
ভাষা
চকু ৰাখক
সম্পাদনা
১ অক্টোবৰ
বিগত বৰ্ষৰ
আজিৰ উদ্ধৃতি
:
২০২৩
“
“আই গৈছিল গোঁসাই ঘৰলৈ, মই গৈছিলোঁ লগত,
আখৈ কলা খাবলৈ পাই, তাতে হলোঁ ভকত”
ঈশ্বৰ ভক্তি থাকক বা নাথাকক, আখৈ-কলৰ লোভতে কোনো লোক ভকত হ'ব পাৰে। ইয়াৰ দ্বাৰা আন্তৰিকতা নাথাকিলেও লোভৰ বশৱৰ্তী হৈ কোনো কাম কৰাৰ কথা কোৱা হৈছে।”
~
ফকৰা যোজনা
~
২০২৪
“যিটো কথাকে মই আটাইতকৈ পৱিত্ৰ বুলি ভাবোঁ, সেইটো হ’ল মানুহৰ চিৰ অসন্তুষ্টি, নিজক লৈ কেতিয়াও সন্তুষ্ট হ’ব নোৱৰা স্বভাৱ, এতিয়া তেওঁ যিমান ভাল তাতকৈ বেছি ভাল হ’বলৈ মানুহৰ প্ৰয়াস, মানুহৰ পৰিশ্ৰম৷”
~
মেক্সিম গৰ্কী
~